অসমশীৰ্ষ

গীত গাই শদিয়াত বানাক্ৰান্তৰ বাবে সুৰ বাহিনীৰ বৰঙণি সংগ্ৰহ

প্ৰথম খবৰ, শদিয়াঃ বান পিড়ীত লোকৰ সাহাৰ্যাথে আজি শদিয়া চপাখোৱাত সুৰ বাহিনীয়ে পথৰ কাষত গীতৰ অনুষ্ঠান কৰি দান বৰঙণি সংগ্ৰহ কৰে। ৰিপু বুঢ়াগোহাঞিৰ পৰিকল্পনাৰে মাকুমৰ আলক সন্ধানী সংস্থাৰ লগতে জয়পুৰৰ আৰ কে মচাং চছাইটিৰ সহযোগত শিল্পী লোহিত গগৈ , কুসুম কৈলাশ শদিয়াৰ মহন্ত বুঢ়াগোহাঞি আৰু DY 365 ৰ উৰুখা প্ৰজাৰ সুৰৰ প্ৰতিযোগী শিশু শিল্পী প্ৰণৱজোতি বুঢ়াগোহাঞি গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰি দান বৰঙণি সংগ্ৰহ কৰে।

Related Articles

Leave a Reply

Close