অসম

বন্ধৰ সমৰ্থকে শালকোচাত জ্বলালে গাড়ী

প্ৰথম খবৰ, বিলাসীপাৰা: শালকোচাৰ শিলগাৰা অঞ্চলত আজি বন্ধৰ সময়ছোৱাত এখন গাড়ী জ্বলাই দিয়া হয় ৷ AS17E-5473 নম্বৰৰ হোণ্ডাই এক্সেন্ট গাড়ীখন বন্ধ সমৰ্থকে জ্বলাই দিয়া গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়৷ পাছত ঘটনাস্থলীত বিলাসীপাৰা আৰু কোকৰাঝাৰ আৰক্ষী উপস্থিত হয় যদিও বন্ধসমৰ্থনকাৰীসকল আঁতৰি যায়৷ এই ঘটনাত আক্ৰাছু জড়িত নহয় বুলি শালকোচা আঞ্চলিক আক্ৰাছুৱে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।

Related Articles

Leave a Reply

Close