অসম

শিৱসাগৰত ৰাজ্যিকভিত্তিত চিত্ৰংকণ প্ৰতিযোগিতাৰ আয়োজন

প্ৰথম খবৰ,গৌৰীসাগৰ: শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা উদ্যোগত অনুষ্ঠিত হব লগা দ্বাদশ কেন্দ্ৰীয় সাংস্কৃতিক উৎসৱ২০১৭ লগত সংগতি ৰাখি অহা ২২জুলাইত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় প্ৰাঙ্গণত ৰাজ্যিক ভিক্তিত এলানি প্ৰাইজমণি চিত্ৰাকণ অায়োজন কৰিছে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগিকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হব ২৯জুলাইত শিৱসাগৰ নাট্যমন্দিৰত অনুষ্ঠিত হব লগা সাংস্কৃতিক অনুষ্ঠানত। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিছৰা ইচ্চুক প্ৰতিযোগিয়ে ৮৪৮৬৭০৯৫৫৫,৯৬১৩৭০১৫২১ অথবা ৮৩৯৯০১৪৬৫৩ নম্বৰত অাগতিয়াকৈ যোগাযোগ কৰি নাম সমুহ পঞ্জীয়ন কৰিলৈ অাহ্বান জনাইছে সাংস্কৃতিক উৎসৱ প্ৰধান সম্পাদক ত্ৰৈলোক্য দত্তই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close