অসম

 শিৱসাগৰ শিমলুগুৰিত ৰে’ল অৱৰোধ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: টাই আহোম ছাত্ৰ সন্থা(আটাছু)ৰ ৰে’লপথ অৱৰোধ কাৰ্যসূচী। সদৌ টাই আহোম ছাত্ৰ সন্থা (আটাছু) শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ সহযোগত টাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শিমলুগুৰিৰ ৰে’লৱে জংচনত ৰেলপথ অৱৰোধ। শ শ প্ৰতিবাদকাৰী সদস্যৰ প্ৰতিবাদত উত্তাল শিমলুগুৰিৰ ৰে’লৱে জংচন। প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবৰ বাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ মোতায়ন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close