অসম

সামৰণি পৰিল সাপটগ্ৰামৰ শান্তিপুৰ পাগল বাবা আশ্ৰমৰ ৰথযাত্ৰা মেলা

প্ৰথম খবৰ,সাপটগ্ৰাম: সাপটগ্ৰাম নগৰৰ নাতিদুৰৰ শান্তিপুৰস্থিত লীলানন্দ পাগল বাবা আশ্ৰমৰ ৰথযাত্ৰা মেলাৰ আজি সামৰণি পৰে । আজি সামৰণি মেলাত কুৰি হাজাৰোধিক ভক্তিপ্ৰাণ ৰাইজৰ সমাবেশ ঘটে । হৰ্ষধ্বনি, উৰুলি , নাম-কীৰ্তন, হৰিনাম ধ্বনিৰে তিনিটা পৰ্যায়ত বিশাল আকৃতিৰ ৰথখন আশ্ৰমলৈ টানি নিয়ে হাজাৰ হাজাৰ লোকে ।

Related Articles

Leave a Reply

Close