অসম

সোণাৰিত বিজেপি কৰ্মীৰ অতপালি


প্ৰথম খবৰ,সোণাৰি: সোণাৰিত বিজেপি কৰ্মীৰ দাদাগিৰি।পূৱ অভয়পুৰ সমবায় সমিতিৰ চেয়াৰমেন লক্ষী গগৈক কাণতলীয়া চৰ সোধালে বিজেপি নেতা ডিম্বেশ্বৰ দৈমাৰিয়ে।চৰাইদেউ জিলা সমবায় সমিতি সমূহৰ উপ পঞ্জিয়ক কোৱৰ উপাধিৰ বিষয়া উপস্থিত থকাৰ সময়তে এই জন বিজেপি নেতাৰ গুণ্ডাগিৰি।সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈৰ নাম লৈ সমবায় সমিতিৰ কাৰ্যালয়ত অনাধিকাৰ প্ৰবেশ কৰি প্ৰহাৰ চেয়াৰমেনক প্ৰহাৰ উদন্ড বিজেপি কৰ্মী ডিম্বেশ্বৰ দৈমাৰিৰ।ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত এজাহাৰ চেয়াৰমেন লক্ষী গগৈৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close