অসম

সৰভোগত নাট্য সন্মিলনৰ নাট কৰ্মশালা

প্ৰথম খবৰ,সৰভোগ: অসম নাট্য সন্মিলনৰ বৰনগৰ শাখাৰ উদ্যোগত বৰপেটা জিলাৰ সৰভোগত ৫ জুলাইৰ পৰা ৩০ জুলাইলৈ সৰভোগ গান্ধী ভৱনত হবলগীয়া নাট কৰ্মশালা খনিৰ আজি শুভ উদ্বোধন কৰে বৰনগৰ শাখাৰ অসম নাট্য সন্মিলনৰ উপদেষ্টা ড° স্বৰ্ণলতা দাসে ৷ অনুষ্ঠানটোত উপস্থিত থাকে অসম নাট্য সন্মিলনৰ সহকাৰী সম্পাদক গিৰীধৰ ৰায়, মুখ্য প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় নাট্যবিদ্যালয় স্নাতক(দিল্লী), অভিনেতা ভাস্কৰ বৰ্মন, দৰথী ভৰদ্বাজকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি ৷

Related Articles

Leave a Reply

Close