অসম

সৰভোগত মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আৰু পুনৰ নিৰ্মাণ যোজনাৰ শুভৰাম্ভ

প্ৰথম খবৰ,সৰভোগ: সৰভোগ নগৰ সমিতিৰ ৰাষ্টাৰ পৰা নয়ন পাঠকৰ ঘৰলৈ যোৱা পথতোৰ নিৰ্মাণ কাৰ্য্যৰ শুভৰাম্ভ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ৰণজিৎ কুমাৰ দাসে। শুভৰাম্ভ অনুষ্ঠানত উপস্থিত থাকে বিজেপি বৰপেটা জিলাৰ সভাপতি শংকৰ চন্দ্ৰ দাস, মেদা নিচুকা জিলা পৰিষদৰ সদস্য মহেন্দ্ৰ দাস লগতে বিশিষ্ট ব্যক্তি সকল আৰু স্থানীয় ৰাইজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close