শেহতীয়া
Home / ৰহঘৰা / সৰ্বগুণ সম্পন্ন

সৰ্বগুণ সম্পন্ন

এজনি ছোৱালীয়ে ঘটকৰ ওচৰত গৈ কলে – মোক এটা লৰা লাগে , যি ৰাটিপুৱা সোনকালে উঠে ।

ঘটক – আছে ।

ছোৱালী – ৰাটিপোৱাৰ নাস্তা নিজে বনাই লয় ।

ঘটক – আছে ।

ছোৱালী – তেওঁৰ ইনকামৰ ধন মোৰ হাতত জমা দিয়ে যেন ।

ঘটক – আছে ।

ছোৱালী – দিনটো মোৰ কাষত নাথকিলেও ৰাটিটো যেন মোৰ কাষতে থাকে ।

ঘটক – আছে ।

ছোৱালী – (উত্তেজিত হৈ) কিন্তু তেওঁ কি কৰে ।

ঘটক – ফুট পাথত চাহ বেছে ।

(আইদেউ বেহুচ )

Leave a Reply

Your email address will not be published. Required fields are marked *

*