অসম

হাজোত চি আই ডিৰ অভিযান

প্ৰথম খবৰ,হাজো: হাজোৰ দামপুৰত CIDৰ অভিযান। দামপুৰৰ বচিৰুদ্দিন নামৰ কলা কলা ব্যৱসায়ীজনে দীৰ্ঘ দিনৰ পৰা নিষিদ্ধ জৰ্দা গুটখা মজুত কৰি ৰাখিছিল। CID ৰ অভিযানত পোহৰলৈ আহিল এই তথ্য। বৰ্তমানেও CID ৰ এটা বৃহৎ দলে অভিযান চলাই আছে দামপুৰত। গুদামত মজুত আছে কেইবালাখ টকাৰ গুটখা,জৰ্দা, চাধা জব্দ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close