অসম

হালাকুৰাত আজি সমবায় সমিতিৰ নিৰ্বাচন

প্ৰথম খবৰ,হালাকুৰা: আজি ৰাতিপুৱা ৮ বজাৰ পৰা হালাকুৰা উ:মা:বিদ্যালয়ত চলি আছে হালাকুৰা সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচন। ১৩টা পদৰ বাবে মুঠ ২৭ জন প্ৰতিনিধিয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে। বেলেড পেপাৰত বন্দী হৈ আছে প্ৰতিনিধিসকলৰ ভাগ্য, আবেলি ৪বজালৈকে চলিব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close