অসম

২৯,৩০ জুলাইত লাহোৱাল প্ৰেছ ক্লাবৰ অধিৱেশন

প্ৰথম খবৰ,লাহোৱাল: অহা ২৯ আৰু ৩০ জুলাইত দুদিনীয়া কাৰ্য্যসূচীৰে ডিব্ৰুগড় জিলাৰ অন্যতম সংবাদ সেৱা সংগঠন লাহোৱাল প্ৰেছ ক্লাবৰ দ্বি-বাষিক অধিবেশন অনুষ্ঠিত হব । তদুপলক্ষে প্ৰেছ ক্লাব কাৰ্য্যসূচীত সকলো ৰাইজক সহায়-সহযোগ কৰিবলৈ সভাপতি কনৌজ শইকীয়া আৰু সম্পাদক মুক্তামণি হাজৰিকাই অনুৰোধ জনাইছে ।

Related Articles

Leave a Reply

Close