অসম

৩ জুলাই পৰা পশ্চিম ঢকুৱাখনা ছোৱালী হাইস্কুলত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান

প্ৰথম খবৰ, ঢকুৱাখনা: পশ্চিম ঢকুৱাখনাৰ প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চই গত বৰ্ষবোৰৰ দৰে এই বৰ্ষতো আহা ৩ জুলাই ২০১৭ তাৰিখ সোমোৱাৰে পুৱা ৭ বজাৰ পৰা পশ্চিম ঢকুৱাখনা ছোৱালী হাইস্কুলত গ্ৰীষ্মকালীন বিনামুলীয়া পাঠদান কাৰ্য্যসূচী হাতত লোৱা লগতে অহা ২৩ জুলাই ২০১৭ তাৰিখে কলাকটা কৃষ্টি বিকাশ কেন্দ্ৰৰ স্থায়ী গৃহত কৃৰ্তি ছাত্ৰ ছাত্ৰী লগতে কৃতীৱান শিল্পী সকলক সম্বর্ধনা জনোৱা হ’ব। প্ৰতিভা সন্ধানী আৰু শৈক্ষিক বিকাশ মঞ্চৰ প্ৰতিগৰাকী সদস্য-সদস্যাই ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles

Leave a Reply

Close