অসমশীৰ্ষ

বোকাখাতৰ বানপীড়িত ৰাইজৰ বাবে কামাখ্যা মন্দিৰৰ সাহাৰ্য্য

প্ৰথম খবৰ, বোকাখাত: শিল্পী মহেন্দ্ৰ হাজৰিকা সহযোগত কামাখ্যা মন্দিৰ কৰ্তৃপক্ষ আৰু বৰদেউৰী সমাজৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰ প্ৰদান কৰে বানাক্ৰান্তসকলক। বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু বোকাখাতৰ মহকুমাধিপতী ধীৰাজ দাসৰ হাতত সামগ্ৰী সমূহ প্ৰদান কৰে শিল্পী মহেন্দ্ৰ হাজৰিকাই। কামাখ্যা দেৱালয়ৰ তৰফৰ পৰা প্ৰতি বছৰে অসমৰ বিভিন্ন স্থানত বান সাহাৰ্য্য প্ৰদান কৰি সেৱা আগবঢ়োৱাৰ দৰে এইবাৰো বোকাখাতৰ বানপীড়িতসকলক প্ৰথম বাৰৰ বাবে সেৱা আগবঢ়াইছে।

Related Articles

Leave a Reply

Close