অসম

ডিমৌত সন্ধানহীন আশী বছৰীয়া বৃদ্ধ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: ডিমৌৰ পালেঙী কেচুৱনী গাঁৱৰ পৰা সন্ধানহীন আশী বছৰীয়া বৃদ্ধ। মঙ্গলবাৰে পুৱা ১১ বজাত জীয়েকৰ ঘৰলৈ যাওঁ বুলি খোজেৰে ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে সন্ধানহীন বৃদ্ধগৰাকীৰ নাম তিলেশ্বৰ গগৈ। কোনো লোকে বগা ৰঙৰ ধুতি আৰু কামিজ পৰিহিত বৃদ্ধগৰাকীৰ সম্ভেদ পালে ৭০০২৩০১৮৯৩ নম্বৰত ফোনযোগে অৱগত কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles

Leave a Reply

Close