ৰহঘৰা

MF IAS পাছ!

বিয়াৰ বাবে ছোৱালী চাবগৈ দৰাঘৰীয়াই কইনাক শিক্ষাৰ অৰ্হতা সুধিলে৷

ভাবী কইনাই তপৰাই উত্তৰ দিলে- MF IAS
দৰাঘৰীয়াই লাজতে ডিগ্ৰীটোনো কিহৰ সুধি নিজৰ অজ্ঞতা প্ৰকাশ নকৰিলে৷
বিবাহৰ পিছত দৰাই কইনাক MF IASৰ ভাঙনি সুধিলে ৷
উত্তৰ শুনি দৰা মূৰ্চ্ছা গ’ল৷
কিয়নো ডিগ্ৰীটোৰ ফুলফৰ্ম হ’ল- Matric Fail In All Subjects !!

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close