অসম

আলহি ঘৰত আহি পানীত পৰি ৭ বছৰ ল’ৰাৰ মৃত্যু

প্ৰথম খবৰ, ডুমডুমীয়া: ধিং থানাৰ অন্তৰ্গত জেঙনী গাঁৱত নগাঁৱৰ পৰা আলহি খাবলৈ আহি তাজিকা আহমেদ (৭) এখন ল’ৰাৰ জেঙনী চুইছ গ্ৰেইট নদীত পৰি মৃত্যু হয়। জানিব পৰা মতে, ল’ৰাজন নগাঁও সদৰ থানাৰ এলেকা দিন শিমলুগুৰি গাঁৱৰ ইয়াকুব আলীৰ পুত্ৰ হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close