অসম

তেজপুৰত ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিলে বৃন্দাবন গোস্বামীয়ে

প্ৰথম খবৰ, তেজপুৰ: তেজপুৰৰ পৰা ৰঙাপৰা ৰাস্তা-ঘাট জৰাজীৰ্ণ অৱস্থা। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হোৱা বাবে ৰাইজে দুৰ্ভোগ ভুগি আহিছে। ৰাইজে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল।

অৱশেষত ৰাস্তাটো নিমাৰ্ণৰ বাবে বিভাগীয়ভাৱে কেইবা কোটি টকা আৱণ্টন জনাই আজি আনুষ্ঠানিকভাৱে মুকলি কৰে তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে। তেজপুৰৰ বিধায়কগৰাকীয়ে তেজপুৰৰ ৰাস্তা-ঘাট উন্নত কৰিবৰ বাবে গুৰুত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

Related Articles

Leave a Reply

Close