অসম

আব্দুল ছালাম জাতীয় বিদ্যালয়ৰ শিক্ষক হবিবুৰ ৰহমানক নিলম্বিত

প্ৰথম খবৰ, ডুমডুমীয়া: নগাঁও জিলাৰ ঐতিহ্যময় ৰামপুৰ ছলাপথাৰত ২০০৬ চনত অনুষ্ঠিত হোৱা এক উল্লেখনীয় আগশাৰীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান ৰামপুৰ ছলাপথাৰ আব্দুল ছালাম জাতীয় বিদ্যালয়ৰ শিক্ষক ম: হবিবুৰ ৰহমানক বিদ্যালয়ৰ সভাপতি ও বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে শিক্ষক পদৰ পৰা নিলম্বিত কৰে।

জানিব পৰা মতে, শিক্ষক হবিবুৰ ৰহমানক ১৬ টা কাৰণ দৰ্শোৱাই শিক্ষক ও বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য পদৰ পৰাও বহিস্কাৰ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close