অসম

আমগুৰিত চুৰি সামগ্ৰী উদ্ধাৰ

প্ৰথম খবৰ, আমগুৰি: আমগুৰিৰ চিকিৎসক প্ৰয়াত ডাঃ নৰেন্দ্ৰ নাথ বৰুৱাৰ গৃহত কিছুদিন পূৰ্বে চুৰি হোৱা সামগ্ৰী আজি আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আজি আৰক্ষীয়ে এখন পৰিত্যক্ত বাৰিৰ পৰা এটা ফ্ৰিজ, চিলাই কল এটা, গেছ চিলিণ্ডাৰ দুটা উদ্ধাৰ কৰে। আৰক্ষীয়ে চোৰৰ সন্ধানত অনুসন্ধান কৰি আছে।

Related Articles

Leave a Reply

Close