অসম

কামপুৰৰ ৰঙাগড়া ৰাংচিনা মধ্য ইংৰাজী বালিকা বিদ্যালয়ত নুৰিল ৰাষ্ট্রীয় পতাকা

প্ৰথম খবৰ,কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ এখন বিদ্যালয় । বিদ্যালয়ত উত্তোলন নকৰিলে ৰাষ্ট্রীয় পতাকা । আনকি বিদ্যালয়ৰ দুৱাৰত ওলমি থাকিল তলা । উপস্থিত নাথাকিল এজনো শিক্ষক কৰ্মচাৰী । জানিব পৰা মতে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশতেই ওলহ মালহৰে উদযাপন কৰি অহাৰ সময়তে কামপুৰ ৰঙাগড়া ৰাংচিনা মধ্য ইংৰাজী বালিকা বিদ্যালয়ত উত্তোলন নকৰিলে শিক্ষক সকলে । স্থানীয় ৰাইজে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰাত তীব্র প্ৰতিক্ৰিয়া হয় লোক সকলৰ মাজত ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close