Uncategorizedঅসম

কাৰ্বিলাংপী জলবিদ্যুত প্ৰকল্প নিয়ন্ত্ৰিত : নগাৱঁৰ কেইবাটাও স্থান সুৰক্ষিত

প্ৰথম খবৰ,বঢ়মপুৰ: কাৰ্বিলাংপী জলবিদ্যুত প্ৰকল্প নিয়ন্ত্ৰিত হোৱা বাবে বৰ্ত্তমান বিপদমুক্ত নগাৱঁৰ চাপানালা,ননৈ,উদমাৰী,বৰজুৰি,চলচলী আৰু বঢ়মপুৰবাসী ৰাইজ ৷ কলং সুতিঁৰ জলপৃষ্ঠ বাঢ়িছে যদিও কাৰ্বি পাহাৰত বৰষুণ কম হোৱা বাবেই উক্ত অঞ্চল কেইটা কিছু পৰিমাণে সুৰক্ষিত ৷ আনহাতেদি নগাৱঁতো বাঢ়িছে কলং সুতিঁৰ জলপৃষ্ঠ ৷ নিশাৰ ভিতৰতে ২ফুট ওফন্দি উথিল কলং সুতিঁ ৷

Related Articles

Leave a Reply

Close