অসম

কৃষিমন্ত্ৰীৰ ৰোষত পৰিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক

প্ৰথম খবৰ, বোকাখাত: কৃষিমন্ত্ৰী অতুল বৰাৰ ৰোষত পৰিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুত শইকীয়া। ছাত্ৰ-ছাত্ৰীৰ জলপানিত মন্ত্ৰীগৰাকীয়ে দলীয় নেতা-পালিনেতাৰ সন্তানক দিয়াৰ অভিযোগ কৰি বোকাখাতত কৰা প্ৰতিবাদৰ বাবেই বোকাখাত আৰক্ষীয়ে আটক কৰিছে নেতাজনক। বৰ্তমান বোকাখাত আৰক্ষীৰ জিম্মাত বিদ্যুত শইকীয়া। বিদ্যুত শইকীয়াৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ হুংকাৰ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close