শীৰ্ষৰাষ্ট্ৰীয়

কেন্দ্ৰীয় ৰে’লমন্ত্ৰী সুৰেশ প্ৰভুৰ পদত্যাগ

নিউজ ডেস্ক, প্ৰথম খবৰ: বিগত চাৰিটা দিনৰ ভিতৰতে দেশত সংঘটিত হোৱা দুটাকৈ ভয়াৱহ ৰে’ল দুৰ্ঘটনাৰ পিছতে ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ৰে’ল মন্ত্ৰী সুৰেশ প্ৰভুই পদত্যাগ পত্ৰ দাখিল কৰে।
আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি সুৰেশ প্ৰভূই পদত্যাগ পত্ৰ দাখিল কৰে যদিও প্ৰধান মন্ত্ৰীয়ে তেখেতৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই বুলি জানিবলৈ পোৱা গৈছে। ইয়াৰ বিপৰতে প্ৰধান মন্ত্ৰীয়ে ৰে’লমন্ত্ৰীগৰাকীক কিছু অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।

Related Articles

Leave a Reply

Close