অসম

কৰিমগঞ্জত বন কৰ্মীৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী

নিউজ ডেস্ক, প্ৰথম খবৰ: বন কৰ্মীয়ে বনৰক্ষাত গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰায়ে শুনা যায়৷ পিছে এনে অভিযোগৰ সত্যতাক নাকচ কৰি এইবাৰ বন সংৰক্ষণেই নহয়, বৃক্ষৰোপণতো নামিল বন কৰ্মী৷

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত ডিএফঅ’ জালনুৰ আলীৰ নেতৃত্বত ব্যাপকহাৰত বৃক্ষৰোপণ কাৰ্যসূচী লৈছে৷ সাধাৰণ ৰাইজৰ মাজতো এনে বৃক্ষৰোপণৰ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে বন বিষয়া তথা বনকৰ্মীসকলে৷

Related Articles

Leave a Reply

Close