অসম

গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ পোনপটীয়া বিমান সেৱা

প্ৰথম খবৰ, ডিব্ৰুগড় :চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ চলিব পোনপটীয়া বিমান। উল্লেখযোগ্য যে বিগত জুলাই মাহৰ পৰা বন্ধ কৰি ৰখা হৈছিল এই ব্যৱস্থা।
স্পাইছ জেটৰ ৰিজিঅ’নেল মেনেজাৰ বিজেন্দৰ সিং আজি ডিব্ৰুগড়ত উপস্থিত হৈ এই কথা ব্যক্ত কৰে। অক্টোবৰৰ ৩ তাৰিখৰ পৰা এই ব্যৱস্থা যাত্ৰীসকলৰ বাবে মুকলি কৰা হ’ব।

Related Articles

Leave a Reply

Close