অসমলাফিকুল

গোলকগঞ্জত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

⁠⁠প্ৰথম খবৰ, গোলকগঞ্জ: কোকৰাঝাৰ জিলাৰ তিতাগুৰি বজাৰত কালি এবিএমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলামক অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই হত্যাকাণ্ডৰ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আজি ধুবুৰী জিলা আমছুৰ সভাপতি আব্দুল বাতেন সেখ আৰু সাধাৰণ সম্পাদক আব্দুল লতিফ খন্দকাৰৰ নেতৃত্বত ধুবুৰী জিলাৰ গোলকগঞ্জ সংলগ্ন ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। উক্ত কাৰ্যসূচীত আমছুৰ ভালে সংখ্যক পুৰুষ আৰু মহিলা উপস্থিত থাকে। ⁠এই মুহূৰ্তত অব্যহত আছে পথ অৱৰোধ কাৰ্যসূচী ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close