অসম

চাপৰমুখত ১২ঘণ্টীয়া পশ্চিম নগাঁও বন্ধৰ প্ৰভাৱ

প্ৰথম খবৰ, চাপৰমুখ: নগাঁও কাণ্ডৰ প্ৰতিবাদত প্ৰাক্তন আলফাৰ সমন্বয়ৰক্ষী সমিতিয়ে আহ্বান জনোৱা ১২ঘণ্টীয়া পশ্চিম নগাঁও বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । বেংক, শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান আৰু যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ থাকে।

Related Articles

Leave a Reply

Close