অসম

চিচিবৰগাঁও চুতীয়া ছাত্ৰ সন্থাৰ গুৰত্বপূৰ্ণ সভা

প্ৰথম খবৰ, চিচিবৰগাঁওঃ অহা কাইলৈ দিনৰ ১.০০ বজাত চিচিবৰগাঁও চৌখামটিংস্থিত সাধনী ভৱনত চিচিবৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ পুৰণি কমিটি ভংগ কৰি এখন শক্তিশালী কমিটি গঠন কৰাৰ হেতু এখনি সভা আহ্বান কৰা হৈছে। আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক বিপ্লৱ ভূঞাই জানিবলৈ দিছে। লগতে অঞ্চলৰ চুতীয়া জাতিৰ ছাত্ৰ-ছাত্ৰীসকলে উপস্থিত থাকি নতুন কমিটি গঠনৰ সন্দৰ্ভত দিহা- পৰামৰ্শ আগবঢ়াই সভাখনি সাফল্যমণ্ডিত কৰি তুলিবলৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close