অসম

চিচিবৰগাঁৱত বানৰ তাণ্ডৱ

প্ৰথম খবৰ, চিচিবৰগাঁওঃ ধেমাজি জিলাৰ ১৪ নং জোনাই বিধান সভা সমষ্টিৰ নামনি চিচি টঙানি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড চিচি চুমনি এতিয়া সম্পূৰ্ণ জলমগ্ন। সমগ্ৰ অসমবাসীক সহায়ৰ হাত আগবঢ়াবলৈ বানাক্ৰান্ত ৰাইজে প্ৰথম খবৰৰ জৰিয়তে কাতৰ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close