অসম

চিয়াজুলী পঞ্চায়তত দূৰ্গা পূজা উদযাপন সমিতি গঠন

প্ৰথম খবৰ, বগীনদী: আগন্তুক শাৰদীয় উৎসৱ দূৰ্গা পূজা উদযাপনৰ বাবে চিয়াজুলী পঞ্চায়তত দূৰ্গা পূজা উদযাপন সমিতি গঠন কৰা হয়। দিনৰ ১১ বজাত চিয়াজুলী পঞ্চায়ত কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত উদযাপন সমিতিখন গঠন কৰা হয়। ২৮ছেপ্তেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰ দূৰ্গা পূজাৰ বাবে অনন্ত গৌতমক সভাপতি, মুক্তি নাথ ছেত্ৰী আৰু বিৰচো গুৱালাক যুটীয়া সম্পাদক হিচাপে লৈ কেইবাখনো উপসমিতি সৈতে এই সমিতি গঠন কৰা হয়।

Related Articles

Leave a Reply

Close