বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

ছলমানৰ পৰা কি বিচাৰে কেটৰিণাই

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ : বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কেটৰিণা কাঈফ। কেটৰিণাক বলীউদলৈ লৈ অহাৰ ক্ষেত্ৰত ছলমান খানে কি ভূমিকা পালন কৰিছিল সেয়া সকলোৰে জ্ঞাত। সেই কথাৰ বাবে বৰ্তমানো অভিনেত্ৰীগৰাকীয়ে নিজৰ বাবে ছলমানক লাকী বুলি ভাবে আৰু কৃতজ্ঞতাও জ্ঞাপন কৰে।

ছলমানৰ পৰা আৰু কি আশা কৰে কেটৰিণাই? এইবাৰ কেটৰিণাৰ আশা বলীউদত ভগ্নী ইচাবেলক লঞ্জ কৰাৰ। ইচাবেল কেটৰিণাৰ দৰেই এগৰাকী মডেল আৰু বলীউদত অভিনয় কৰিব বিচাৰে বলীউদত। কেটৰিণাকৰ হেঁপাহ ছলমান খানে লঞ্জ কৰক ইচাবেলক। এতিয়া প্ৰশ্ন হয় যে ইচাবেলক লঞ্জ কৰিবনে ছলমানে?

Related Articles

Leave a Reply

Close