বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

টাইমুৰ আলী খানৰ প্ৰথম ছবি

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, প্ৰথম খবৰ: বলিউডৰ অন্যতম ষ্টাৰকীড টাইমুৰ আলী খান পাটাউদ্দিক অনতি পলমে দেখা যাব এখন ছবিত। বলিউডৰ জনপ্ৰিয় দম্পতী ছেঈফ আলী খান আৰু কৰীণা কাপুৰৰ সন্তান টাইমুৰক ‘বীৰ  দী ৱেডিং’ ত দেখিবলৈ পাব। ছবিখনত অভিনয় কৰিব কৰীণা কাপুৰ আৰু ছোনম কাপুৰ আৰু সেইখন ছবিতে দেব্যু কৰিব কণমানি টাইমুৰে।

‘বীৰ  দী ৱেডিং’ ৰ শ্বুটিং বহুদিন আগতেই আৰম্ভ হৈছিল যদিও বিভিন্ন কাৰণত স্থগিত কৰা হৈছে।বৰ্তমানলৈ টাইমুৰৰ চিনটো শ্বুটিং হোৱা নাই যদিও বিভিন্ন ধৰণৰ কাম আৰম্ভ কৰা হৈছে।

কৰীণা আৰু ছেঈফৰ সন্তান টাইমুৰ বিভিন্ন সময়তে চৰ্চিত হৈ থাকে। যিকোনো এখন ফটো কেমেৰাত বন্দী হ’লেই লগে লগে ভাইৰেল হৈ যায় ফটো কপি।

Related Articles

Leave a Reply

Close