অসম
ডিগবৈত বিভিন্ন সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

প্ৰথম খবৰ, ডিগবৈ: ডিগবৈত বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰা আৰু অকমণ্য শক্তি মন্ত্ৰী পল্লৱলোচন দাসৰ পদত্যাগৰ দাবীত ডিগবৈ বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
বিভিন্ন শ্লগানেৰে উত্তাল কৰে বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়। প্ৰায় দুঘন্টা ধৰি প্ৰতিবাদ সাৱস্ত্য কৰা পিছত মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাদীশ য়ুৱৰাজ ব্ৰহ্মই প্ৰতিবাদস্থলীত উপস্থিত হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে ।