অসম

ডিগবৈত চিত্ৰাংকন প্ৰতিযোগিতাত ৪৭০ গৰাকী প্ৰতিযোগীৰ অংশগ্ৰহণ

প্ৰথম খবৰ, ডিগবৈ: ডিগবৈত ১৯টি নামঘৰে একত্ৰিতভাৱে বিগত বছৰৰ দৰে এই বছৰো বৰবিল নামঘৰত আয়োজন কৰা শ্ৰীশ্ৰী শঙ্কৰদেৱৰ ৫৬৯তম্ জন্মোৎসৱ উপলক্ষে আজি আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাত ৪৭০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাত অভিলেষ সংখ্যক প্ৰতিযোগী অংশ গ্ৰহণ কৰাত উৎসাহিত হৈছো বুলি ব্যক্ত কৰে প্ৰতিযোগিতাৰ উপসমিতিৰ আহ্বায়ক সুদীপ্ত শইকীয়াই।

জন্মোৎসৱৰ লগত সংগতি ৰাখি কবিতা আবৃতি, কুইজ, বৰগীত , কীৰ্ত্তন পাঠ, প্ৰাৰ্থনা , ব্ৰজাৱলী ভাষা পাঠ, খোল বাদন, দিহা নাম, সত্ৰীয়া নৃত্য, দশাৱতাৰ নৃত্য আৰু সদৌ অসম ভিত্তিত প্ৰাইজমানি প্ৰাপ্তবয়স্ক দিহানাম প্ৰতিযোগিতাত সকলোৰে উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close