অসম

ডিগবৈ টিংৰাই সমবায় সমিতি নিৰ্বাচন সম্পন্ন

প্ৰথম খবৰ, ডিগবৈ: ১৯৭৯ চনৰ পৰা এগৰাকী ৰাজনৈতিক কৰ্মী আৰু বৰ্তমান বিধায়ক সুৰেন ফুকনৰ প্ৰত্যক্ষ সৰ্মথনত টিংৰাই সমবায় সমিতিখন অগপ আৰু বিজেপি দখলত ধাৰাবাহিকভাৱে দখল কৰি অহাৰ পিছত আজি বিজেপি সমৰ্থিত প্ৰাৰ্থী ১৫ জনে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ সমৰ্থিত ৫ জন প্ৰাথীয়ে প্ৰতিদ্বন্দিতা কৰিছে। বিধায়ক সুৰেন ফুকনে এইবাৰো ১০০% জয়ীৰে টিংৰাই সমবায় সমিতিখন দখল কৰিব বুলি প্ৰথম খবৰক জানিব দিয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close