অসম

ডিমাকুছিত অচিনাকী ব্যক্তি পৰি থকা অৱস্থাত উদ্ধাৰ

প্ৰথম খবৰ, ডিমাকুছি: বৰঙাজুলিত আজি সন্ধিয়াৰ পৰা অচিনাকী ব্যক্তি এজন পৰি থকা দেখি ৰাইজে ডিমাকুছি আৰক্ষী থানাত খবৰ দিয়াত ডিমাকুছি আৰক্ষীয়ে চমজি লৈ বৰঙাজুলি বাগান মেডিকেলত চিকিৎসা কৰি থকা হৈছে বুলি জানিব পৰা যায়৷

Related Articles

Leave a Reply

Close