অসম

ঢেকিয়াজুলীত মেট্ৰিকত উন্নত ফল দেখুওৱা বিদ্যালয়ৰ শিক্ষকক অভিনন্দন

প্ৰথম খবৰ, ঢেকিয়াজুলী: ২০১৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰি ঢেকিয়াজুলী ৰাজহচক্ৰৰ ভিতৰত পাঁচ শীৰ্ষস্থানত থকা শিক্ষানুষ্ঠান কেইখনৰ শিক্ষকসকলক অভিনন্দন জ্ঞাপনৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

১৪ আগষ্টৰ বিয়লি ২ বজাত ঢেকিয়াজুলী প্ৰেছ ক্লাৱ আৰু কীৰ্তি ট্ৰেভেলছৰ উদ্যোগত ট্ৰাক ব্যৱসায়ী সন্থাৰ ভৱনত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।

Related Articles

Leave a Reply

Close