অসমশীৰ্ষ

তিনিচুকীয়াত ডিম্পি নেওগৰ ভাড়াঘৰত টেঙাখাট আৰক্ষীৰ অভিযান

প্ৰথম খবৰ, নিউজ ব্যুৰ’: ৮ দিনৰ পাছত ডিম্পি নেওগৰ পৰিয়ালৰ লোকৰ উপস্থিতিত অভিযান। অভিযানৰ পূৰ্বে ঘৰটোত কোনো লোক প্ৰৱেশৰ সন্দেহ পৰিয়ালৰ লোকৰ। মেমৰি কাৰ্ড সহ বহু প্ৰয়োজনীয় নথি নথকাৰ অভিযোগ পৰিয়ালৰ।

তিনিচুকীয়া শিজুগুৰি ভাড়াঘৰত বহু বিস্ফোৰক তথ্য উদ্ধাৰ। এখন চুইচাইড নোট উদ্ধাৰ। নোটটোত বৰষা দত্ত আৰু ৰণজিত গগৈ নাম উল্লেখ। ভাড়াঘৰৰ দৰ্জা আৰু ৱালত তেজৰ চেকুৰা। পৰিয়ালৰ লোক তদন্তত সন্তুষ্ট নহয় পৰিয়ালৰ লোক।

 

Related Articles

Leave a Reply

Close