অসম

তেজপুৰত নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন যুৱক

প্ৰথম খবৰ, নিউজ ব্যুৰ’: তেজপুৰৰ জীয়াভৰলী নৈত অঘটন৷ নদীত গা ধুবলৈ গৈ সন্ধানহীন মোজাম্মিল নামৰ এজন যুৱক৷ নৈৰ কোবাল সোঁতত যুৱকজন উটি যোৱাৰ সন্দেহ৷ দেওবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা৷ এই ঘটনা সংঘটিত হৈছে বিহিয়াগাঁও টেঙাবস্তিত৷

Related Articles

Leave a Reply

Close