অসম

তেজপুৰত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, তেজপুৰ: তেজপুৰৰ ডেকাৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দ্ৰুতবেগী বলেৰ’ পিক বাহনে মহতিয়াই নিলে মটৰচাইকেল আৰোহীক৷ থিতাতে নিহত মনোজ শইকীয়া নামৰ মটৰচাইকেল আৰোহী৷ নিহত মনোজৰ ঘৰ ডেকাৰগাঁও পুঠিখাতিত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close