অসম

তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালত ৰোগীৰৰ খাদ্যৰ নামত কি চলিছে

প্ৰথম খবৰ, তেজপুৰ: অসম চৰকাৰৰ যি সময়ত চৰকাৰী চিকিৎসালয়বোৰত প্ৰাৰ্য পৰিমাণৰ সুবিধাৰ কথা ঘোষণা কৰিছে ঠিক সেই সময়তে তেজপুৰ কনকলতা অসামৰিক চিকিৎসায়ত ৰোগীৰ বাবে আগবঢ়োৱা খাদ্যই ৰোগী সকলৰ মাজতে বিৰূপ প্ৰভাৱ পৰা দেখা গৈছে। চৰকাৰি নীতি মতে, চৰকাৰী চিকিৎসালয়ত এজন ৰোগীয়ে খাদ্যৰ বাবে ৪০ টকাকৈ দৈনিক লাভ কৰিব লাগে। ৪০ টকা যি খাদ্য যোগান ধৰে সেয়া খাই ৰোগী অসুস্থহে হয়। এই ক্ষেত্ৰত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰিছে।

Related Articles

Leave a Reply

Close