অসম

দক্ষিণ কামৰূপৰ গৰৈমাৰীত চাঞ্চল্যকৰ ঘটনা

প্ৰথম খবৰ, গৰৈমাৰী: যোৱা চাৰি মাহ ধৰি গৰৈমাৰীত ধৃত চোৰকেইটাই চলাইছিল সন্ত্ৰাস। বজাৰ পহৰাদাৰ আৰু আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ব কৰে চোৰ কেইটাক। ধৃত চোৰকেইটা কানহাৰা গাঁৱৰ মহিদুল ইছলাম, ৰেকিবুল ইছলাম,গৰৈমাৰীৰ সঞ্জীৱ সুত্ৰধৰ আৰু ছয়গাঁৱৰ ভাস্কৰ সুত্ৰধৰ। সম্পত্তি চোৰকেইটা গৰৈমাৰী আৰক্ষীৰ জিম্মাত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close