অসমশীৰ্ষ

দৰং জিলাৰ লক্ষীমপুৰত ছাগলী চোৰ আটক

প্ৰথম খবৰ, দেওমৰনৈ: দৰং জিলাৰ লক্ষীমপুৰ ত আজি এল্টো গাড়ীত আহি ছাগলী চুৰি কৰিবলৈ লওঁতেই বেচিমাৰীৰ ছফিকূল ইছলাম, জেহিৰুল হক আৰু চহিৰুদ্দিন আহমেদক স্হানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয়।

ৰাইজে ছাগলী চোৰ কেইটাক উত্তম মাধ্যম দিয়ে। বৰ্তমান চোৰ কেইটাক স্হানীয় ৰাইজে আৰক্ষীৰ হাতত চমজাই দিয়ে। দৰঙৰ বিভিন্ন অঞ্চলত কেইবাদিন ধৰি বিলাসী গাড়ীত আহি ছাগলী চোৰ কৰা পৰিলক্ষিত হৈছে এই ক্ষেত্রত আৰক্ষী প্ৰশাসনক গুৰুত্ব প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close