অসম

ধুবুৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰথম খবৰ, হাটশিঙিমাৰি: দক্ষিণ শালমাৰা মানকাচৰ ভাৰত বাংলা সীমান্তত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জিলাখনৰ বান পৰিস্থিতি আৰু ভাবুকি পৰা সীমান্তৰ কাঁইটীয়া বেৰৰ তাঁৰ পৰিদৰ্শন কৰিবলৈ এইদৰে উপস্থিত হ’ল মুখ্য মন্ত্ৰী।বৰ্তমানেও জিলাখনৰ ৩০০ গাঁও পানীৰ তলত। ২ লক্ষাধিক লোক পানীৰ মাজত হাহাকাৰত ভুগিছে।উদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ নাই কোনো ব্যৱস্থা।নিজাভাৱে শিবিৰ পাতি আশ্ৰয় লৈ আছে বানাক্ৰান্ত ৰাইজ

 

 

Related Articles

Leave a Reply

Close