অসমবানপানী ২০১৭

ধুবুৰীত বানৰ তাণ্ডৱ

প্ৰথম খবৰ, হাটশিঙিমাৰি: দক্ষিণ শালমৰা মানকাচাৰ, ধুবৰী বান পৰিস্থিতি ভয়াবহ। সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ উঠাই নিয়াৰ আশংকা। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সুৰুঙা ওলাল সীমান্ত পথত। দক্ষিণ শালমৰা আইৰকাটা হাস্পাতাল উটুৱাই নিলে নদীয়ে।

 

Related Articles

Leave a Reply

Close