অসম

ধুবুৰীৰ পৰা নিখোজ নৱম শ্ৰেণীৰ ছাত্ৰ

প্ৰথম খবৰ,ধুবুৰী: ধুবুৰী চহৰৰ মাজমজিয়া পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ৰোশিদ মুজাহিদ সন্ধিয়া নিজৰ ঘৰৰ পৰা নিৰুদ্দেশ  হৈছে। আৰক্ষী থানাত এফ আই আৰ ৰুজু কৰা হৈছে। যদি কোনো ব্যক্তিয়ে এই লৰাজনৰ সন্ধান পায় তেতিয়া 9508492572, 9707227194 নম্বৰত যোগাযোগ অথবা ওচৰৰ আৰক্ষী বিষয়াক জনাব অনুৰোধ জনাইছে পৰিয়ালৰ লো

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close