শীৰ্ষৰাষ্ট্ৰীয়

ধ্ৰুৱ শৰ্মাৰ শেষ নি:শ্বাস

নেশ্যনেল ডেস্ক, প্ৰথম খবৰ : কানাড়া ছবিৰ জনপ্ৰিয় অভিনেতা তথা “চেলিব্ৰিটি ক্ৰিকেট লীগ”ৰ খেলুৱৈ ধ্ৰুৱ শৰ্মা আৰু নাই। জানিবপৰা মতে, ধ্ৰুৱ শৰ্মাৰ বিগত কেইবাদিনো ধৰি ঘৰুৱা সমস্যা চলি আছিল যাৰ বাবে তেওঁ আত্মহত্যাৰ দৰে অপচেষ্টা চলাইছিল। মঙ্গলবাৰে ৰাতিপুৱা তেওঁ হঠাৎ অসুস্থ হৈ পৰে আৰু ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকে জনোৱামতে তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈছিল। উল্লেখযোগ্য যে কলম্বিয়া এছিয়া হস্পিতালত আজি ৰাতিপুৱা তেওঁক মৃত বুলি ঘোষণা কৰে। এই কথাই সমগ্ৰ ভাৰততে শোঁকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close