অসম

ধৰ্মপ্ৰাণ ব্যক্তিৰ মৃত্যুত শোক

প্ৰথম খবৰ, ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ হাৰ্ডৱেৰ ব্যৱসায়ী, ধৰ্মপ্ৰাণ ব্যক্তি উমাশংকৰ চাহুৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ । ধৰ্মপ্ৰাণ চাহুৰ বিয়োগত ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close