অসমশীৰ্ষ

নগাঁও কঠিয়াতলী কাফিতলিত বন্যহস্তীৰ সন্ত্ৰাস

প্ৰথম খবৰ, কামপুৰ: নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলিত নিশা বনৰীয়া হাস্তীৰ সন্ত্ৰাস। বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰে ৬ টাকৈ বাসগৃহ।

কথমপি প্ৰাণ ৰক্ষা এগৰাকী মহিলা আৰু শিশুৰ। জানিব পৰা মতে, কাফিতলি অঞ্চলত দীৰ্ঘদিনৰ পৰা খাদ্য সন্ধানত উলাই অহা এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে যদিও হাতী খেদাত ব্যৰ্থ হৈছে প্ৰমীলা ৰাণীৰ বন বিভাগ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close